ভাৰতীয় মহাকাশ গৱেষণাৰ বাবে ঐতিহাসিক দিন! বিৰল ঐতিহাসিক ক্ষণৰ সাক্ষী হ’ল ISRO...............

Aditya

ভাৰতীয় মহাকাশ গৱেষণাৰ বাবে ঐতিহাসিক দিন
বিৰল ঐতিহাসিক ক্ষণৰ সাক্ষী হ’ল ISRO
শনিবাৰে বিয়লি ৪ বজাত লক্ষ্যত উপনীত আদিত্য L-1
টুইটযোগে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সদৰী কৰে এই তথ্য
লিগ্ৰেঞ্জ পইণ্ট ৱানত উপনীত সূৰ্যযান আদিত্য L-1
পৃথিৱীৰ পৰা ১৫ লাখ কি.মি. দূৰত্বত অৱস্থিত L-1 পইণ্ট
১২৬ দিনৰ যাত্ৰাৰ অন্তত সূৰ্যযানে ৰচিলে অভিলেখ
হেল’ অৰবিটত ৫ বছৰ কাৰ্যক্ষম হৈ থাকিব ADITYA L-1
২ ছেপ্টেম্বৰ ২০২৩ত শ্ৰীহৰিকোটাৰ পৰা উৎক্ষেপণ কৰা হৈছিল সূৰ্যযান ADITYA L-1। PSLV-C57ৰ XL শ্ৰেণীৰ ৰকেটেৰে পুৱা ১১.৫০ বজাত উৎক্ষেপণ কৰা হৈছিল ADITYA L-1ক। পৃথিৱী আৰু সূৰ্যৰ গুৰুত্বকাৰ্ষণ শূন্যৰ অৱস্থান L1 অথবা লেংগ্ৰেজ পইণ্টৰ পৰা সূৰ্যৰ ওপৰত অধ্যয়ন চলাব আদিত্য-L1এ।

Category
Profile picture for user UB Photos