আজি বিয়লি ৪ বজাত কক্ষপথত উপনীত হ’ব ADITYA L-1.......

Aditya L1

ভাৰতীয় মহাকাশ গৱেষণাৰ বাবে ঐতিহাসিক দিন

বিৰল ঐতিহাসিক ক্ষণৰ সাক্ষী ISRO

বিয়লি বজাত লক্ষ্যত উপনীত ADITYA L-1

লেগ্ৰাঞ্জ পইণ্ট ৱানত উপনীত সূৰ্যযান

পৃথিৱীৰ পৰা ১৫ লাখ কি.মি. দূৰত্বত অৱস্থিত L-1 পইণ্ট

১২৬ দিনৰ যাত্ৰাৰ অন্তত সূৰ্যযানে ৰচিব অভিলেখ

হেল্লঅৰবিটত বছৰ কাৰ্যক্ষম হৈ থাকিব ADITYA L-1

উল্লেখ্য যে, ২ ছেপ্টেম্বৰ ২০২৩ত শ্ৰীহৰিকোটাৰ পৰা উৎক্ষেপণ কৰা হৈছিল সূৰ্যযান ADITYA L-1 PSLV-C57 XL শ্ৰেণীৰ ৰকেটেৰে পুৱা ১১.৫০ বজাত উৎক্ষেপণ কৰা হৈছিল ADITYA L-1 পৃথিৱী আৰু সূৰ্যৰ গুৰুত্বকাৰ্ষণ শূন্যৰ অৱস্থান L1 অথবা লেংগ্ৰেজ পইণ্টৰ পৰা সূৰ্যৰ ওপৰত অধ্যয়ন চলাব আদিত্য-L1

Category
Profile picture for user UB Photos