ভাৰতীয় মহাকাশ গৱেষণাৰ বাবে ঐতিহাসিক দিন
বিৰল ঐতিহাসিক ক্ষণৰ সাক্ষী হ’ব ISRO
বিয়লি ৪ বজাত লক্ষ্যত উপনীত হ’ব ADITYA L-1
লেগ্ৰাঞ্জ পইণ্ট ৱানত উপনীত হ’ব সূৰ্যযান
পৃথিৱীৰ পৰা ১৫ লাখ কি.মি. দূৰত্বত অৱস্থিত L-1 পইণ্ট
১২৬ দিনৰ যাত্ৰাৰ অন্তত সূৰ্যযানে ৰচিব অভিলেখ
হেল্ল’ অৰবিটত ৫ বছৰ কাৰ্যক্ষম হৈ থাকিব ADITYA L-1
উল্লেখ্য যে, ২ ছেপ্টেম্বৰ ২০২৩ত শ্ৰীহৰিকোটাৰ পৰা উৎক্ষেপণ কৰা হৈছিল সূৰ্যযান ADITYA L-1। PSLV-C57ৰ XL শ্ৰেণীৰ ৰকেটেৰে পুৱা ১১.৫০ বজাত উৎক্ষেপণ কৰা হৈছিল ADITYA L-1ক। পৃথিৱী আৰু সূৰ্যৰ গুৰুত্বকাৰ্ষণ শূন্যৰ অৱস্থান L1 অথবা লেংগ্ৰেজ পইণ্টৰ পৰা সূৰ্যৰ ওপৰত অধ্যয়ন চলাব আদিত্য-L1এ।
- Log in to post comments