‘অকল আলোচনাপন্থীৰে আলোচনা হ’লে নহ’ব’,‘জংঘলত থকাসকলকো আনিব লাগিব আলোচনালৈ’এই মন্তব্য পৰেশ বৰুৱাৰ জ্যেষ্ঠ ভাতৃ বিমল বৰুৱাৰ...........

bimal

বিদেশত গৈ পৰেশ বৰুৱাৰে আলোচনা কৰক চৰকাৰে
চৰকাৰক প্ৰত্যাহ্বান পৰেশ বৰুৱাৰ জ্যেষ্ঠ ভাতৃৰ
আলফা (স্বাঃ)কো আলোচনাৰ মেজলৈ অনাৰ দাবী
পৰেশ বৰুৱাৰ জ্যেষ্ঠ ভাতৃ বিমল বৰুৱাৰ আহ্বান
শান্তি চুক্তিক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ পৰেশ ভাতৃৰ

‘অকল আলোচনাপন্থীৰে আলোচনা হ’লে নহ’ব’
‘জংঘলত থকাসকলকো আনিব লাগিব আলোচনালৈ’
শ্বহীদ হোৱাসকলৰ প্ৰতিও সদিচ্ছা দেখুৱাওক চৰকাৰে
আহ্বান পৰেশ বৰুৱাৰ ভাতৃ বিমল বৰুৱাৰ
নিৰ্যাতিত পৰিয়ালসমূহৰ প্ৰতিও চৰকাৰক সদয় হোৱাৰ আহ্বান

উল্লেখ্য যে, অকল আলোচনাপন্থী আলফাৰে চুক্তি কৰিলেই আলফা সমস্যাৰ সমাধান নহ’ব। এই মন্তব্য পৰেশ বৰুৱাৰ ভাতৃ বিমল বৰুৱাৰ। তিনিচুকীয়াৰ জেৰাই গাঁওস্থিত বাসগৃহৰ পৰা নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি বিমল বৰুৱাই আলফাৰ পৰেশ বৰুৱা গোটটোৰেও আলোচনাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈ চৰকাৰক দাবী জনায়। প্ৰয়োজন হ’লে বিদেশত গৈ পৰেশ বৰুৱাৰে কথা পাতক চৰকাৰে। এনেদৰে প্ৰত্যাহ্বান জনালে পৰেশ ভাতৃয়ে।
 

Category
Profile picture for user UB Photos