তিনিচুকীয়াৰ ডিৰাকত ভয়ংকৰ ঘটনা, সেনা ছাউনীলৈ লক্ষ্য কৰি দুৰ্বৃত্তৰ গ্ৰেনেড নিক্ষেপ...

Tinsukia Bomb Blast

তিনিচুকীয়াৰ ডিৰাকত ভয়ংকৰ ঘটনা

সেনা ছাউনীলৈ লক্ষ্য কৰি দুৰ্বৃত্তৰ গ্ৰেনেড নিক্ষেপ

প্ৰচণ্ড শব্দৰে বিস্ফোৰণ হয় গ্ৰেনেডটো

এখন বাইকত আহিছিল দুটাকৈ দুৰ্বৃত্ত

বিস্ফোৰণত হতাহত হোৱা নাই কোনো লোক

ঘটনাক কেন্দ্ৰ কৰি অঞ্চলজুৰি তীব্ৰ চাঞ্চল্য

অঞ্চলটোত সেনা আৰক্ষীৰ ব্যাপক তালাচী

আলফা স্বাধীনৰ প্ৰতি একাংশৰ সন্দেহৰ তৰ্জনী 

 

Category
Profile picture for user UB Photos