আহি আছে সাগৰীয়া ধুমুহা ‘মিধিলি’, শুকুৰবাৰে ৮০ মাইল বেগত আহিছে ঘূৰ্ণী বতাহ......

sea

আহি আছে সাগৰীয়া ধুমুহা ‘মিধিলি’

শুকুৰবাৰে ৮০ মাইল বেগত আহিছে ঘূৰ্ণী বতাহ

ঘূৰ্ণী বতাহক লৈ সতৰ্কতামূলক ব্যৱস্থা উপকূলীয় অঞ্চলত

উত্তৰ-পশ্চিম বংগোপসাগৰত সৃষ্ট নিম্ন চাপৰ পৰাই ঘূৰ্ণী

তীব্ৰ বেগত আগুৱাইছে ভূ-খণ্ডলৈ

ভাৰত, বাংলাদেশৰ উপকূলীয় অঞ্চল ক্ষতিগ্ৰস্ত হোৱাৰ আশংকা

বাংলাদেশৰ খেপুপাৰা উপকলীয় অঞ্চলত ঘূৰ্ণী বতাহৰ প্ৰভাৱ সৰ্বাধিক

পশ্চিম বংগ, ওড়িশা, বাংলাদেশত মজলীয়া-পাতলিয়া বৰষুণ

অসমকে ধৰি উত্তৰ-পূবতো পৰিব ইয়াৰ প্ৰভাৱ

Category