Unique Wedding

তিতাবৰৰ বৰহোলাত সমূহীয়া বিবাহ

একেলগে বিয়াত বহিল ২৯ যোৰা দৰা-কইনা

আয়তীৰ উৰুলিৰে মুখৰ সোণাৰি কুৰি নামঘৰৰ বাকৰি

অগণন ৰাইজৰ উপস্থিতিত উদুলি-মুদুলি পৰিৱেশ