
ক্ৰীড়া জগতৰ এটি চিনাকী নাম-সন্দীপ নাংগাল আম্বিয়া। কাবাডী খেলেৰে বিশ্বৰ ভিন্ন প্ৰান্তত সফলতা অৰ্জন কৰিবলৈ সক্ষম হোৱা সন্দীপ নাংগালক নিৰ্মমভাৱে হত্যা কৰিলে দুৰ্বৃত্তই।
পঞ্জাৱত হত্যা আন্তঃৰাষ্ট্ৰীয় কাবাদী খেলুৱৈ সন্দীপ নাংগালক। জলন্ধৰত সংঘটিত হৈছে এই ঘটনা। ২০ জাঁই গুলীৰে থকা সৰকা খেলুৱৈগৰাকীৰ দেহ। অজ্ঞাত লোকে গুলীয়াই হত্যা কৰে খেলুৱৈগৰাকীক। খেল চলি থকাৰ সময়তে গুলীচালনা অজ্ঞাত লোকৰ। মৃত্যুৰ সময়ত খেলুৱৈগৰাকীয়ে এৰি গৈছে দুটা সন্তান আৰু পত্নীক। অৱশ্যে, কোনে, কিয় খেলুৱৈগৰাকীক হত্যা কৰিলে সেয়া এতিয়াও পোহৰলৈ অহা নাই।
- Log in to post comments