শিৱসাগৰৰ শিক্ষানুষ্ঠানত ক’ভিডৰ সংক্ৰমণৰ ভয়াবহ ৰূপ

Corona Virus

ৰাজ্যৰ শিক্ষানুষ্ঠানত ক’ভিডৰ ভয়াৱহ সংক্ৰমণ।

শিৱসাগৰৰ শিক্ষানুষ্ঠানতো ক’ভিডৰ সংক্ৰমণৰ ফলত সৃষ্টি হৈছে ভয়াবহ পৰিস্থিতিৰ।
শিৱসাগৰৰ কালুগাঁৱৰ বৰপাত্ৰদ’ল হাইস্কুলত ক’ভিড-১৯ ধৰা পৰিছে।

স্কুলখনৰ প্ৰধান শিক্ষকৰ দেহত ধৰা পৰিছে ক’ভিডৰ উপস্থিতি। ক’ভিডত আক্ৰান্ত হৈছে প্ৰধান শিক্ষকৰ পত্নীও। তাৰোপৰি ক’ভিডত আক্ৰান্ত হৈছে শিক্ষানুষ্ঠানখনৰ ১৫জনকৈ শিক্ষাৰ্থী।

Category
Profile picture for user UB Photos