ক’ত অন্তৰ্ধান হ’ল ছাইবুৰৰ ল’কাৰৰ সম্পত্তি?

Where is the property of Saibur's locar?

ছাইবুৰৰ লকাৰৰ পৰা একোৱেই উদ্ধাৰ কৰিব নোৱাৰিলে মুখ্যমন্ত্ৰীৰ তদাৰকী শাখাই। হাতীগাঁওৰ SBI শাখাত অভিযান চলাই নিৰাশমনে উভটি গ’ল তদাৰকী শাখাৰ দল।

এবছৰ পূৰ্বে ACS ছাইবুৰ ৰহমানৰ পত্নীয়ে খুলিছিল লকাৰটো। প্ৰায় ৫০টা বীমা, ২৪টা বেংক একাউন্ট আছে ছাইবুৰৰ।
অন্যহাতে, সম্পাত্তিৰ তালিকা অধিক দীঘলীয়া হোৱাৰো যথেষ্ট সম্ভাৱনা আছে।

উল্লেখযোগ্য যে, এতিয়াও বিভিন্ন চৰকাৰী বিভাগৰ পৰা সময়মতে নথি-পত্ৰ লাভ কৰা নাই অভিযানকাৰী দলে। তিনিমাহৰ ভিতৰত চাৰ্জশ্বিট দাখিল কৰাৰ ক্ষেত্ৰত অনিশ্চয়তা তদন্তকাৰী সংস্থাৰ।

Category
Profile picture for user UB Photos