বন্ধন বেংকে আৰম্ভ কৰিলে "বন্ধন বেংক শৌৰিয়া বেতন একাউণ্ট"

ভাৰতীয় সেনাবাহিনীক বেংকিং সেৱা প্ৰদান কৰিব বন্ধন বেংকে

বন্ধন বেংকে আৰম্ভ কৰিলে "বন্ধন বেংক শৌৰিয়া বেতন একাউণ্ট"

এই একাউণ্টত ভাৰতীয় সেনাৰ কৰ্মীসকলে পাব অন্যান্য পৰিসেৱাও

যাৰ ভিতৰত আছে জিৰো বেলেন্সৰ সুবিধা

১ লাখ টকাৰ অধিক বেলেন্সৰ ক্ষেত্ৰত ৬% সূত