কাজিৰঙাত অতুল বৰা/ যান বাহনৰ গতি নিয়ন্ত্ৰণত বনবিভাগক সহযোগ

ক সহযোগ

কাজিৰঙাৰ এনিমেল কৰিডৰত যান বাহনৰ গতি নিয়ন্ত্ৰণত বনবিভাগক সহযোগ কৰিলে মন্ত্ৰী অতুল বৰাই।

      কাজিৰঙাৰ অন্যতম এনিমেল কৰিডৰ পানবাৰীত ৰাতি মন্ত্ৰী গৰাকী উপস্থিত হৈ বন কৰ্মী সকলক  উৎসাহ যোগোৱাৰ লগতে সকলো যানবাহন প্ৰতি ঘন্টাত ৪০ কি.মি. গতিত চলাবলৈ আহ্বান জনায়।

Category