পবিতৰা অভয়াৰণ্য ৯০% বানৰ কৱলত

পবিতৰা অভয়াৰণ্য ৯০% বানৰ কৱলত

 


    বৰ্তমান যিহেতু অভয়াৰণ্য খনৰ 90% ই এতিয়া বানপানীত বুৰ গৈছে । অভয়াৰণ্য খনৰ যি সমূহ গ্ৰাছ -লাইন আছিল যত নেকি গঢ় সমূহে মুক্ত বিচৰণ কৰিছিল সেই সমূহ ইতিমধ্যে ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীয়ে সম্পূৰ্ণ ৰূপে জলমগ্ন হোৱাৰ ফলত অভয়াৰণ্য খনৰ যি সমূহ গঢ় , বনৰীয়া ম'হ,বন গাহৰিকে, আদি কৰি অভয়াৰণ্য খনৰ যি সমূহ জীৱ জন্তু আছে সেই সমূহে এতিয়া পবিতৰা অভয়াৰণ্য খনৰ মাজ মজিয়াত থকা এই টুপলুং বন শিবিৰৰ যিখিনি হাই- লেন্ড আছে ইয়াতে আহি আশ্ৰয় লৈছে ।

      এই সমূহ জীৱ জন্তুক কিমান কষ্টৰে সুৰক্ষীত কৰি ৰিখিছে চাওঁক আচলতে বনকৰ্মী সকলে কেনেকৈ এখন টুলুঙা নাওঁৰে এই গড় সমূহক টহল দিছে । নিজৰ জীৱনকো তোচ্ছ জ্ঞান কৰি এই বনকৰ্মী সকলে পবিতৰা অভয়াৰণ্য খনৰ যি সমূহ জীৱ জন্তু আছে সেই সমূহে টহল দি ৰাখিছে ।

Category