মৰাণত কৰ'নাত আক্ৰান্ত ৪ জন চৰকাৰী কৰ্মচাৰী

 ৪ জন চৰকাৰী কৰ্মচাৰী

মৰাণত কৰ'নাত আক্ৰান্ত ৪জন চৰকাৰী কৰ্মচাৰী।

আক্রান্ত এজন শিক্ষক আৰু ৩জন লাট-মণ্ডল l

আক্রান্ত শিক্ষকজনৰ নাম জ্যোতি প্রকাশ গগৈ ।

লাট-মণ্ডল ৩ জন মানস প্রতীম, শৈলেশ বাসাক, উত্তম হাজৰিকা।

কোৱাৰেণ্টাইন চেণ্টাৰত কৰ্তব্যত নিয়োজিত আছিল আটাইকেইজন।

 

Category