লকডাউনৰ প্ৰথম দিনতে আটক ১১২জন

১১২জনক আটক

লকডাউনৰ সময়ত আজিৰ দিনটোত ৬১খন দুচকিয়া জব্দ।

১৭খন তিনিচকীয়া, ৩২খন চাৰি চকিয়া আৰু দুখন চয় চকিয়া বাহন জব্দ আৰক্ষীৰ।

মুঠ ১১২জনক আটক কৰা হয়।

ইয়াৰে লকডাউন ভঙ্গৰ বাবে ২৬ গৰাকিক গ্ৰেপ্তাৰ কৰাহৈছে।

চাৰিটা গোচৰ পঞ্জিয়ন হৈছে লকডাউন ভংগৰ।

বাবে।

আনহাতে মাস্ক পৰিধান নকৰাৰ বাবদ ৩০০০টকা জৰিমনা আদায় কৰা হৈছে।

Category