কলগাছিয়াত ৫০ গৰাকী আমছু কৰ্মীক আটক....

protest

কলগাছিয়াত ৫০ গৰাকী আমছু কৰ্মীক আটক

ৱাকফ বিলৰ বিৰুদ্ধে প্ৰতিবাদৰুধিবলৈআটক

মহানগৰীৰচচলতআছিলৱাকফবিৰোধীপ্ৰতিবাদ

প্ৰতিবাদতঅংশগ্ৰহণকৰাৰকথাআছিলআমছুৰ

মহানগৰীলৈৰাওনাহোৱাৰপথতআটক ৫০ আমছুকৰ্মীক

এখনবাছতগৈথকাঅৱস্থাতআটকআৰক্ষীৰ

কলগাছিয়া আৰক্ষী থানাৰ সন্মুখতে ৱাকফ সংশোধনী বিলৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে আমছুৰ নেতা কৰ্মীসকলে।

Category