১৯৩৩ চনৰ ১ নৱেম্বৰত জন্মগ্ৰহণ কুলদা কুমাৰ ভট্টাচাৰ্যৰ....

kulada

এগৰাকী পৰিচালক, অভিনেতা, আবৃত্তিকাৰ, অনাতাঁৰ শিল্পী কুলদা

ৰেডিঅ’ নাট ‘পৰশুৰাম’ত কৰা অভিনয়ৰ যোগেদি অৰ্জন জনপ্ৰিয়তা

এগৰাকী কৃতি গদ্য লেখকো আছিল কুলদা কুমাৰ ভট্টাচাৰ্য

লণ্ডনত মঞ্চকলা, ফিল্ম আৰু টেলিভিচন বিষয়ত পেচাদাৰী শিক্ষাগ্ৰহণ

২০২২ চনত তেখেতে লাভ কৰিছিল ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা

১৯৬০ত তেওঁৰ উদ্যোগত প্ৰতিষ্ঠা হৈছিল অসম জাতীয় নাট্যশালা

জ্যোতি চিত্ৰবনৰ প্ৰতিষ্ঠাপক সঞ্চালক আছিল বিশিষ্ট শিল্পীগৰাকী

‘শকুন্তলা’, ‘লটিঘটি’, ‘চিকমিক বিজুলী’, ভিলেজ ৰকষ্টাৰ্ছ’তো কৰিছিল কাম

১৯৩৩ চনৰ ১ নৱেম্বৰত জন্মগ্ৰহণ কৰা কুলদা কুমাৰ ভট্টাচাৰ্য আছিল একাধাৰে এগৰাকী পৰিচালক, অভিনেতা, আবৃত্তিকাৰ, অনাতাঁৰ শিল্পী গুৱাহাটী অনাতাঁৰ কেন্দ্ৰযোগে প্ৰচাৰিত ৰেডিঅ’ নাট ‘পৰশুৰাম’ত কৰা অভিনয়ৰ যোগেদি অৰ্জন কৰিছিল জনপ্ৰিয়তা লণ্ডনত মঞ্চকলা, ফিল্ম আৰু টেলিভিচন বিষয়ত পেচাদাৰী শিল্পীসকলৰ ভিতৰত তেওঁ অন্যতম তেখেত আছিল এগৰাকী সফল আবৃত্তিকাৰো এগৰাকী কৃতি গদ্য লেখকো আছিল কুলদা কুমাৰ ভট্টাচাৰ্য কাকত, আলোচনীত চিনেমা, ক্ৰীড়া বিষয়ত বিভিন্ন প্ৰবন্ধ লিখাৰ ওপৰিও কেইবাখনো গ্ৰন্থ অসমীয়ালৈ অনুবাদ কৰিছিল তেওঁ

Category