ভাৰত-কানাডাৰ সম্পৰ্কত তিক্ততা....

justin

 

খালিস্তানী সন্ত্ৰাসবাদী নিজ্জৰ হত্যাক লৈ কূটনৈতিক সম্পৰ্কত ফাঁট

খালিস্তানীপন্থী হৰদ্বীপ সিং নিজ্জৰ হত্যাত ভাৰতীয় উচ্চায়ুক্ত!

কানাডাৰ ৬ গৰাকী কূটনীতিবিদক ভাৰতৰ পৰা বহিষ্কাৰ

১৯ অক্টোবৰৰ ভিতৰত এৰিব লাগিব ভাৰত

কানাডাস্থিত ভাৰতীয় ৰাষ্ট্ৰদূতক কৰিছিল প্ৰত্যাহাৰ

কানাডা চৰকাৰৰ এই ভূমিকাত ক্ষুণ্ণ হৈ সিদ্ধান্ত ভাৰতৰ

কানাডাৰ পৰা ভাৰতীয় কূটনীতিবিদ-বিষয়াক ঘূৰাই অনাৰ সিদ্ধান্ত

কানাডা চৰকাৰৰ অভিযোগৰ পিছত নতুন দিল্লীত ব্যাপক প্ৰতিক্ৰিয়া

এয়া ট্ৰুডু চৰকাৰৰ অপপ্ৰচাৰ বুলি অভিহিত নতুন দিল্লীৰ

কানাডাৰ পৰা উভতাই অনা হৈছে ভাৰতৰ উচ্চায়ুক্তক

সঞ্জয় কুমাৰ বাৰ্মাকো উভতাই অনা হৈছে ভাৰতলৈ

উভতাই অনা হৈছে অন্যান্য কূটনৈতিকক

কানাডাৰ প্ৰধানমন্ত্ৰী জাষ্টিন ট্ৰুডুক প্ৰধানমন্ত্ৰীৰ মোদীৰ প্ৰত্যাহ্বান

কানাডাৰ উচ্চায়ুক্তকো ভাৰতৰ পৰা বহিষ্কাৰ

 

Category