
টুইটাৰৰ হ’ব বৃহৎ পৰিৱৰ্তন
সলনি হ’ব টুইটাৰৰ ল’গ
চিনাকি নীলা চৰাইৰ ল’গ ইতিহাস হোৱাৰ পথত
টুইটাৰৰ স্বত্বাধিকাৰী এলেন মাস্কে ঘোষণা কৰে এই তথ্য
মাইক্ৰ’লগিং প্লেটফৰ্মৰ নীলা চৰাইৰ সলনি হ’ব ‘X’ ল’গ
শীঘ্ৰেই নতুন ৰূপত আত্মপ্ৰকাশ ঘটিব টুইটাৰৰ ল’গ ‘X’
একাংশ ব্যৱহাৰকাৰীৰ এলেন মাস্কৰ সিদ্ধান্তক সমালোচনা
Category
- Log in to post comments