পুনৰ শিক্ষকৰ বৰ্বৰ কাণ্ড! মজিয়াত বগৰাই বেত্ৰাঘাত ছাত্ৰক

পুনৰ শিক্ষকৰ বৰ্বৰ কাণ্ড! মজিয়াত বগৰাই বেত্ৰাঘাত ছাত্ৰক

সোণতলীত এগৰাকী শিক্ষকৰ বৰ্বৰ কাণ্ড। নিৰ্মমভাৱে বেত্ৰাঘাত ছাত্ৰগৰাকীক। শৰীৰৰ ভিন্ন ঠাইত যখমৰ স্পষ্ট চিহ্ন।
শিঙিমাৰী ভগনীয়া প্ৰাথমিক বিদ্যালয়ত এই ঘটনা।

উপেন বিশ্বাস নামৰ এইগৰাকী ছাত্ৰক বেত্ৰাঘাত কৰি বিদ্যালয়ৰ মজিয়াত বগৰাই আঘাত কৰাৰ গুৰুতৰ অভিযোগ। টেট শিক্ষক শুভেন্দু চক্ৰৱৰ্তীৰ বিৰুদ্ধে এই অভিযোগ।

উপায়ন্তৰ হৈ গৰৈমাৰী আৰক্ষীৰ কাষ চাপিবলৈ বাধ্য হৈছে শিশু ছাত্ৰজনৰ অভিভাৱকে।
এই ঘটনাক গৰিহণা সচেতন মহলৰ

Category
Profile picture for user UB Photos