জাকে জাকে আলফা (স্বা) লৈ যুৱক! এইবাৰ মঙলদৈৰ যুৱকৰ যোগদান আলফাত

Zakaria Ahmed Borbhuyan

 

◼️ জাকে জাকে আলফা (স্বা) লৈ যুৱক ৷

◼️ মঙলদৈ বাহমোল্লাত আলফা (স্বা) লৈ যুৱক ৷

◼️ ঈদৰ পিছদিনাৰ পৰা নিৰুদ্দেশ হৈ আছে যুৱকজন ৷

◼️ জাকাৰিয়া আহমেদ বৰভূঞা নামৰ (২০) যুৱকজনৰ ককাক আইতাকৰ আলফা (স্বা)ৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱালৈ আহ্বান ৷

◼️ যদি আলফাত যোগদান কৰিছে তেনেহলে সু-শৰীৰে জাকাৰিয়া আহমেদ বৰভূঞাক ঘৰলৈ ঘুৰাই পঠাওঁক ৷

◼️ পিতৃহীন যুৱকজনৰ শাৰিৰিক ভাৱে সক্ষম ককাকে হাত যোৰ কৰি কাতৰ আহ্বান জনাইছে সেনাধ্যক্ষ গৰাকীলৈ ৷

Category
Profile picture for user UB Photos