বিজেপিলৈ গৈ মুখথেকেচা ৰূপজ্যোতি কুৰ্মীৰ!

RK

বিতৰ্কিত মন্তব্য আৰু বিৰোধী দলক কৰা অৰুচিকৰ ভাষাৰ আক্ৰমণৰ ফলত প্ৰায়ে সংবাদ শিৰোনাম দখল কৰিছিল বিধায়কগৰাকীয়ে। আজি ঘোষণা হোৱা পৌৰসভা নিৰ্বাচনত মুথ থেকেচা খাবলগীয়া হ’ল বিজেপি বিধায়ক ৰূপজ্যোতিয়ে।

মৰিয়নিত বিজেপিক ধূলিসাৎ কৰি ১০টা ৱাৰ্ডৰ ভিতৰত ৮টাতে নিৰ্দলীয় প্ৰাৰ্থীয়ে হ’ল জয়ী। মৰিয়নিৰ প্ৰয়াত প্ৰাক্তন বিধায়ক অলক ঘোষৰ ঘনিষ্ঠৰূপে পৰিচিত বহুকেইজন প্ৰাক্তন বিজেপি কৰ্মীয়ে নিৰ্দলীয়ৰূপে অবতীৰ্ণ হৈ বিজয় লাভ কৰিবলৈ সক্ষম হয়।

Category
Profile picture for user UB Photos