আজি ইউক্রেইন-ৰাছিয়াৰ যুদ্ধৰ অষ্টম দিন, কিন্তু অদমনীয় ইউক্ৰেইন!

Ukraine War

ক্ৰমাত তীব্ৰতৰ হৈ পৰিছে ইউক্রেইন-ৰাছিয়াৰ যুদ্ধ। ইতিমধ্যে যুদ্ধবিধ্বস্ত খাৰ্কিভ চহৰ জৰুৰীকালীনভাৱে ত্যাগৰ পৰামৰ্শও দিয়া হৈছে ভাৰতীয়ক। ইপিনে খাৰ্কিভ চহৰৰ ৰে’ল ষ্টেচনত আবদ্ধ সহস্রাধিক ভাৰতীয়।

আজি ইউক্রেইন-ৰাছিয়াৰ যুদ্ধৰ অষ্টম দিন। বৰ্তমানেও ইউক্ৰেইনত আক্ৰমণ ৰাছিয়াৰ। ৰাজধানী কিৱ ঘেৰি ধৰিছে ৰাছিয়ান সেনাই। খেৰছন চহৰ দখল কৰিছে ৰাছিয়ান সেনাই। অহৰহ মিছাইলেৰে আক্ৰমণ ৰাছিয়ান সেনাৰ। ধ্বংস্তূপত পৰিণত হৈছে ইউক্ৰেইনৰ বহু চহৰ।

তাৰ পাছতো কিন্তু ২.৫ লক্ষ্য সৈন্য শক্তিৰে অদমনীয় ইউক্ৰেইনৰ সেনা। যুদ্ধত যোগ দিছে লক্ষাধিক সাধাৰণ নাগৰিকে।

Category