
◾ নগাঁৱৰত পুনৰ আৰক্ষীৰ গুলীচালনা
◾ ড্ৰাগছ মাফিয়ালৈ লক্ষ্য কৰি আৰক্ষীৰ গুলী
◾ গুলীবিদ্ধ ড্ৰাগছ মাফিয়া ছাহজাহান আলী ওৰফে ছাজু
◾ বাসগৃহত তালাচী চলাবলৈ যোৱা আৰক্ষীক আক্ৰমণ
◾পলায়নৰ চেষ্টা চলাওতে আৰক্ষীৰ গুলীচালনা
◾ জুৰীয়াৰ বালুকটীয়াত সংঘটিত এই ঘটনা
◾ উন্নত চিকিৎসাৰ বাবে GMCHলৈ প্ৰেৰণ
Category
- Log in to post comments