ফেব্ৰুৱাৰী মাহ বুলিলে প্ৰেমৰ মাহ। আজিৰে পৰা আৰম্ভ হৈছে প্ৰেমৰ সপ্তাহৰ ৷
৭ ফেব্ৰুৱাৰীৰ পৰা ১৪ ফেব্ৰুৱাৰীলৈকে পালন কৰা হ’ব ভেলেণ্টাইন সপ্তাহ। এই সপ্তাহৰ প্ৰতিটো দিনৰে আছে বিশেষ মাদকতা ৷
আজি ৰ’জ ডে’। আজিৰ এই দিনটোত প্ৰেমিক-প্ৰেমিকাই প্ৰেম আৰু আনন্দেৰে উদযাপন কৰে।
গোলাপ দিৱসৰ দিনা ভগৱানে সম্পৰ্কবোৰ পৃথিৱীৰ আটাইতকৈ মূল্যৱান গোলাপতকৈ অধিক সুন্দৰ কৰি তুলিব বুলি গোলাপৰ বিনিময় কৰা হয়।
Category
- Log in to post comments