১৯-অনুৰ্ধৰ বিশ্বকাপ ফাইনেল, ভাৰতৰ সন্মুখত আজি ইংলেণ্ড

World Cup Final

আজি ভাৰত আৰু ইংলেণ্ডৰ মাজত ১৯-অনুৰ্ধৰ বিশ্বকাপৰ ফাইনেল মেচত। ভাৰতীয় সময় অনুসৰি সন্ধিয়া ৬.৩০ বজাৰ পৰা গুৰুত্বপুৰ্ণ খেলখন অনুষ্ঠিত হ’ব। ফাইনেল খেলখন ছাৰ ভিভিয়ান ৰিচাৰ্ডছ ষ্টেডিয়াম, এণ্টিগুয়া খেলা হ’ব।

উল্লেখযোগ্য যে, বিশ্বকাপৰ ১৪ টা সংস্কৰণত চাৰিটা ট্ৰফীৰ সৈতে অনুৰ্ধ-১৯ বিশ্বকাপৰ ইতিহাসত ভাৰত হৈছে আটাইতকৈ সফল দল। ইয়াৰ ভিতৰত ভাৰতে আঠবাৰ বিশ্বকাপৰ ফাইনেল খেল খেলিছে। ইংলেণ্ডে শেষবাৰৰ বাবে ১৯৯৮ চনত ১৯-অনুৰ্ধৰ বিশ্বকাপ জয় কৰিবলৈ সক্ষম হৈছিল।

Category
Profile picture for user UB Photos