ডবকাত নীতি বহিৰ্ভূতভাৱে চলিছে শিলভঙা ক্ৰেছাৰ মিল ৷
হাচান নামৰ এজন উদ্যোগপতিয়ে চলাইছে ক্ৰেচাৰ মিলটো ৷
বিভাগৰ নীতি নিয়মক আংগুষ্ঠ প্ৰদৰ্শন কৰি চলোৱা হৈছে ক্ৰেচাৰ মিল ৷
স্থানীয় লোকৰ অভিযোগ অনুসৰি, চকু মুদা কুলিৰ ভাও ধৰিছে হোজাইৰ বন বিভাগে ৷
ইপিনে বেলেগৰ ভূমিতো চকু দিছে ক্ৰেচাৰৰ মালিক হাচানে ৷
বেলেগৰ ভূমি দখল কৰাৰ অভিযোগ উত্তাপন হৈছে হাচানৰ বিৰুদ্ধে ৷
মুখ্যমন্ত্ৰীক কাতৰ আহ্বান জনাইছে ভুক্তভোগীয়ে ৷
উল্লেখ্য যে ক্ৰেচাৰটোৰ বাবে বিভিন্ন বেমাৰ আজাৰত আক্ৰান্ত হৈছে বুলি অভিযোগ স্থানীয় লোকৰ ৷
Category
- Log in to post comments