ক’ভিডত আক্ৰান্ত হোৱা বিধায়ক অখিল গগৈৰ স্বাস্থ্যৰ অৱনতি

Akhil Gogoi Covid 19

স্বাস্থ্যৰ অৱনতি ঘটিছে বিধায়ক অখিল গগৈৰ। দুদিন পূৰ্বে ক’ভিডত আক্ৰান্ত হৈ হোম কোৱাৰেণ্টাইন হৈ আছিল অখিল গগৈ। কিন্তু স্বাস্থ্যৰ কিছু অৱনতি ঘটাৰ বাবে GMCHত ভৰ্তি কৰোৱা হয় বিধায়কগৰাকীক। সন্ধিয়া ঘৰলৈ লৈ যোৱা হ’ব বিধায়ক অখিল গগৈক।

Category
Profile picture for user UB Photos