নতুন বছৰৰ আৰম্ভনিতে আন এজন তাৰকা আক্ৰান্ত হ’ল মাৰাত্মক ক’ভিডত

John Abraham

নতুন বছৰৰ আৰম্ভনিতে আন এজন তাৰকা আক্ৰান্ত হ’ল মাৰাত্মক ক’ভিডত। এইবাৰ অভিনেতা জন আব্ৰাহাম আক্ৰান্ত হৈছে ক’ভিডত। তাৰ লগতে অভিনেতাগৰাকীৰ পত্নীও আক্ৰান্ত হৈছে ক’ভিডত।

john with wife

উল্লেখ্য যে, জন আব্ৰাহামক মোহিত চুৰিৰ ৮ জুলাইত মুক্তি লাভ কৰিব লগীয়া ব্লকবাষ্টাৰ এক ভিলেইনৰ ৰিমেকত দেখা যাব। এই চলচ্চিত্ৰখনত জনৰ লগতে অৰ্জুন কাপুৰ, দিশা পাটনি আৰু তাৰা চুটাৰিয়াই অভিনয় কৰিছে।

Category
Profile picture for user UB Photos