নতুন বছৰত ভাল খবৰ: মিঠাতেলৰ পিছতে হ্ৰাস পালে LPG চিলিণ্ডাৰৰ মূল্য

LPG Price

হ্ৰাস পালে LPG চিলিণ্ডাৰৰ মূল্য। বছৰৰ প্ৰথম দিনটোতে গ্ৰাহকক কিছু পৰিমাণে ৰেহাই দি হ্ৰাস চিলিণ্ডাৰৰ দাম।

আজিৰ পৰা ১০২.৫০ টকাকৈ হ্ৰাস বাণিজ্যিক LPG চিলিণ্ডাৰৰ মূল্য। এতিয়াৰ পৰা ১৯ কেজি. বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য হ’ব ১৯৯৮.৫০ টকা।

বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য হ্ৰাসে ৰেষ্টুৰেণ্ট, হোটেল, চাহ বিক্ৰেতাসকলক কিছু পৰিমাণে সকাহ দিব।

Category
Profile picture for user UB Photos