MEGHALAYA: খ্ৰীষ্টমাছ, নৱবৰ্ষ উপলক্ষে পূব খাচী পাহাৰ জিলাত 'ড্ৰাই দে' ঘোষণা

Dry Day in Meghalaya

মেঘালয় চৰকাৰে ২৪, ২৫ ডিচেম্বৰ আৰু ১ জানুৱাৰী, ২০২২ তাৰিখে সমগ্ৰ পূব খাচী পাহাৰ জিলাত খ্ৰীষ্টমাছ আৰু নৱবৰ্ষ উপলক্ষে 'ড্ৰাই দে' ঘোষণা কৰিছে।

চৰকাৰী অধিসূচনা অনুসৰি, সকলো বণ্ডেড ৱেৰহাউচ/আইএমএফএল দুয়োটা "অফ" আৰু "অন" দোকান/হোম ডেলিভাৰী লাইচেঞ্চেৰী/কেণ্টিন আৰু আউট ষ্টিল এই দিনবোৰত বন্ধ থাকিব।

শ্বিলঙৰ পূব খাচী পাহাৰৰ উপায়ুক্ত ইচাৱান্দা লালুৱে এই নিৰ্দেশ প্ৰদান কৰিছে।

Notice

 

Category
Profile picture for user UB Photos