ক্ৰমাত্‍ অৱনতি নাগালেণ্ডৰ পৰিস্থিতি, বন্ধ থাকিব সমগ্ৰ নাগালেণ্ড!

nagaland

আজিও উত্তপ্ত নাগালেণ্ডৰ পৰিস্থিতি। মন জিলাত সংঘটিত ঘটনাক লৈ ক্ষুব্ধ ৰাইজ। ঘটনাৰ প্ৰতিবাদত আজি সমগ্ৰ পূব নাগালেণ্ড বন্ধৰ আহ্বান। পুৱা ৬ বজালৈ বন্ধ থাকিব মন জিলা।

মন জিলাৰ ঘটনাৰ বাবে গঠন কৰা হৈছে SIT। এমাহৰ ভিতৰত তদন্ত সম্পূৰ্ণ কৰাৰ নিৰ্দেশ দিয়া হৈছে।
ঘটনা সন্দৰ্ভত মন জিলাৰ টিজিত থানাত ইতিমধ্যে ৰুজু কৰা হৈছে গোচৰ।

তদন্ত কমিটীক তথ্য-প্ৰমাণ সংগ্ৰহৰো নিৰ্দেশ দিয়া হৈছে।

ইতিমধ্য়ে, সমগ্ৰ মন জিলাত জাৰি কৰা হৈছে ১৪৪ ধাৰা। 

Category
Profile picture for user UB Photos