বিশিষ্ট অভিনেতা নিপন গোস্বামীলৈ জীৱন জোৰা সাধনা বঁটা

Nipon Goswami

অসমীয়া ছবি জগতৰ বিশিষ্ট অভিনেতা নিপন গোস্বামীক এইবৰ্ষৰ জীৱন জোৰা সাধনা বঁটাৰ বাবে নিৰ্বাচিত কৰা হৈছে।

দ্যা ৰয়েল এফেয়াৰ্ছ গ্ৰুপে, এই বঁটা প্ৰাপকৰ নাম ঘোষণা কৰে।

বিশিষ্ট অভিনেতাগৰাকীয়ে তেওঁৰ উৎকৃষ্ট অভিনয়ৰ জৰিয়তে অসম চলচ্চিত্ৰ উদ্যোগৰ প্ৰতি তেওঁৰ অভূতপূৰ্ব অৱদানৰ বাবে অভিনেতাজনক এই বঁটা প্ৰদান কৰা হৈছে।

Category
Profile picture for user UB Photos