
অনিমেষ ভূঞাৰ হত্যা কাণ্ডৰ ঘটনা সন্দৰ্ভত কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ মুখত কলা কাপোৰ বান্ধি কটন বিশ্ববিদ্যালয়ৰ চৌহদত মানৱ শৃংসল কাৰ্যসূচী।
হত্যাকাণ্ডক কঠোৰতম শাস্তি প্ৰদানৰ দাবী জনাই অসম চৰকাৰক আহ্বান ছাত্ৰ ছাত্ৰীসকলৰ।
অভি নিলৰ হত্যাৰ পিছত আকৌ কালি যোৰহাটৰ মাজমজিয়াত গণপ্ৰহাৰা দ্বাৰা অনিমেষ ভূঞাক হত্যা কৰা হৈছিল।
দুর্ঘটনাত পতিত হোৱা এজন লোকক সহায় কৰিব যোৱাটোয়ে ভুল হ'ল নেকি অনিমেষ ভূঞাৰ?
Category
- Log in to post comments