ৰিভেৰিয়া এপাৰ্টমেন্ট ৰেভপাৰ্টি কাণ্ডৰ জামিন মঞ্জুৰ কৰিলে উচ্চ ন্যায়ালয়ে

Rivirea Rave Party

ৰিভেৰিয়া এপাৰ্টমেন্ট ৰেভপাৰ্টি কাণ্ড।

বিশাল কুসুম চৌধুৰীৰ সহ জামিন মঞ্জুৰ। 

গুৱাহাটী উচ্চ ন্যায়ালয়ে মঞ্জুৰ কৰিলে জামিন। 

২৫ হেজাৰ টকাকৈ জামানত আৰু দুজন জামিনদাৰ ধাৰ্য্য।

এই গোচৰত অন্য ১৮ অভিযুক্তই পুৰ্বে জামিন লাভ কৰিছিল।

Category