মহানগৰীৰ এপল’ হাস্পতালত উত্তেজনা

মহানগৰীৰ এপল’ হাস্পতালত উত্তেজনা

ভুল চিকিৎসাৰ বলি হৈ মৃত্যু ৰোগীৰ

চিকিৎসক ৰিতুপৰ্ণ বৰুৱাৰ বিৰুদ্ধে ভুল চিকিৎসাৰ অভিযোগ মৃতকৰ পৰিয়ালৰ

অত্যাধিক হাৰত ধন সংগ্ৰহৰ অভিযোগ চিকিৎসালয়খনৰ বিৰুদ্ধে

ঘটনাক কেন্দ্ৰ কৰি নিশা চিকিৎসালয়খনত উত্তেজনা

মৃত ৰোগীজন ৰমেশ কুমাৰ বিৰ্মাণী

পাণবজাৰ ৱেষ্টাৰ্ণ বুক ডিপোৰ স্বত্বাধিকাৰী বিৰ্মাণী