ক্ৰমাৎ সংকটৰ দিশে মাজুলীৰ মৃৎশিল্প

ক্ৰমাৎ অস্তিত্বৰ সংকটৰ দিশে মাজুলীৰ শালমাৰাৰ মৃৎশিল্প। এফালে লকডাউন, আনফালে বান সমস্যা, তাৰ মাজতে সামগ্ৰী নিৰ্মাণৰ উপযুক্ত মাটিৰ অভাৱত এতিয়া হাহাকাৰ মৃৎশিল্পী পৰিয়ালৰ।