মাজুলীৰ দুৰ্ভগীয়া কণমানি

মাজুলীৰ তিনিটা দুৰ্ভগীয়া কণমানি। বিৰিণাবাৰীৰ শিশুকেইটাৰ জীৱনলৈ নামি আহিছে অমানিশা। কণমানিকেইটাৰ পিতৃ-মাতৃক কাঢ়ি লৈ গ’ল নিষ্ঠুৰ নিয়তিয়ে।