ৰক্তাক্ত গৰুখুঁটিক লৈ মুখ্যমন্ত্রীৰ প্রথম প্রতিক্রিয়া- 'উচ্ছেদ হ’বই’

ৰক্তাক্ত গৰুখুঁটিক লৈ মুখ্যমন্ত্রীৰ প্রথম প্রতিক্রিয়া। তৃতীয় শক্তি জড়িত থকাৰ দাবী কৰিলে মুখ্যমন্ত্রীৰ।

৬০ ঘৰৰ মানুহৰ বিপৰীতে নিশাৰ ভিতৰতে জমা হ’ল ১০ হাজাৰ মানুহ।

মুখ্যমন্ত্রী ক’লে, ‘ছিপাঝাৰত উচ্ছেদ হ’বই’।

‘কংগ্রেছে কাপোৰ ফালিলেও মই ভয় নকৰো’।

‘কংগ্রেছ অসমীয়া দল হৈ থকা নাই’।

‘মূল সুঁতিৰ পৰা কেতিয়াবাই আঁতৰি আহিছে কংগ্রেছ’।

‘এজন মানুহৰ নামত আছে ২০০ বিঘাকৈ মাটি’।

‘এয়া কোনো কাৰণতে গ্রহণযোগ্য নহয়’।