অৱশেষত পত্ৰযোগে ক্ষমা প্ৰাৰ্থনা ডিব্ৰুগড়ৰ মাৰোৱাৰী যুৱ মঞ্চৰ

অৱশেষত পত্ৰযোগে ক্ষমা প্ৰাৰ্থনা ডিব্ৰুগড়ৰ মাৰোৱাৰী যুৱ মঞ্চৰ

◼️অৱশেষত পত্ৰযোগে ক্ষমা প্ৰাৰ্থনা ডিব্ৰুগড়ৰ মাৰোৱাৰী যুৱ মঞ্চৰ

◼️বিহুৰ লগতে আয়োজন কৰিছিল হনুমান জন্মোৎসৱৰ শোভাযাত্ৰা

◼️ৰাজ্যজুৰি সৃষ্টি হৈছিল তীব্ৰ বিতৰ্ক

◼️জজখেলপথাৰৰ পৰাই আয়োজকক সকীয়নি দিছিল আছুই

◼️বিজতৰীয়া অনুষ্ঠান বাতিলৰ আহ্বান জনাইছিল ছাত্ৰ সন্থাই

◼️আজি অনুষ্ঠিত হ’বলগীয়া হনুমান জন্মোৎসৱৰ শোভাযাত্ৰা বাতিল

◼️১৭ এপ্ৰিলত এদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব ৰঙালী বিহু

◼️অজানিতে হোৱা ভুলৰ বাবে ৰাইজৰ ওচৰত ক্ষমা প্ৰাৰ্থনা

Category
Profile picture for user UB Photos