Assam Govt

ৰাজ্যত পুনৰ বৃদ্ধি অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম
দাম বাঢ়িল আলু-পিঁয়াজ-চাউলৰ
প্ৰতিকিলো আলুৰ দাম হ’লগৈ ৪০ টকাপৰ্যন্ত
নিশাটোৰ ভিতৰতে বাঢ়িল ব্ৰয়লাৰৰ দাম
আজি বজাৰত ব্ৰয়লাৰৰ দাম হ’লগৈ ৩২০ টকা
অভাৱনীয় হাৰত দাম বৃদ্ধি কণীৰ
প্ৰতিটো কণীৰ দাম হ’লগৈ ৭ টকা
ভোটগ্ৰহণৰ পিছতে বাঢ়িলে কণীৰ দাম
প্ৰতি কাৰ্টনত বৃদ্ধি কৰা হৈছিল ২০০ টকাকৈ
সামগ্ৰীৰ দাম বৃদ্ধিক লৈ বিপাঙত সাধাৰণ গ্ৰাহক