Assamese News

উৎকট গৰমে দহিছে সমগ্ৰ ৰাজ্যবাসীক। তাৰ মাজতে গৰমকালী বতৰৰ ফল-মূল আৰু শাক-পাচলিৰে বজাৰ ভৰি পৰিছে। এই দিনকেইটাত বিভিন্ন সুস্বাদু আৰু পুষ্টিকৰ চালাড খাই আমি নিজৰ শৰীৰক সতেজ কৰি ৰাখিব পাৰোঁ।

গতিকে, আহকচোন গৰমকালী সহজেই বনাব পৰা কেইবিধমান সুস্বাদু চালাডৰ বিষয়ে জানো - 

কেঁচা অমিতা চালাড -