#newstimeassam #prathamkhabartv #prathamkhabar24X7 #wealthiestmanontheplanet #JeffBezos #BlueOrigins #Texasdesert

মহাকাশ পালেগৈ বিশ্বৰ আটাইতকৈ ধনী ব্যক্তি জেফ বেজ'ছ। মঙলবাৰে ব্যক্তিগত ৰকেটেৰে মহাকাশলৈ উৰা মাৰিলে জেফ বেজ'ছ।

বিশ্বৰ ভিতৰতে সম্পদশালী বেজ'ছে ব্যক্তিগত ৰকেট 'ব্লু অৰিজিনছ'ত মহাকাশলৈ উৰা মাৰিলে। চাৰিজন সহযোগীৰ সৈতে মহাকাশলৈ যোৱা ৫৭ বছৰীয়া বেজ'ছে ক্ষন্তেক সময় মহাকাশত থাকি পুনৰ উভতি আহে পৃথিৱীলৈ।

পৃথিৱীলৈ উভতি অহাৰ পাছত পশ্চিম টেক্সাছৰ মৰুভূমিত অৱতৰণ কৰে কেপচুলত থকা চাৰিওজন ব্যক্তিয়ে। অৱতৰণৰ পাছত ইজনে আনজনক সাৱটি ধৰি উৎফুল্লিত হৈ পৰে।