এইবাৰ অসমীয়াই কৰিলে অসমীয়া সংস্কৃতিৰ চূড়ান্ত অপমান

Mohan

অসমীয়া সংস্কৃতিৰ চূড়ান্ত অপমান। এইবাৰ অসমীয়াই কৰিলে অসমীয়া সংস্কৃতিৰ অপমান।

গুৰুজনাৰ সৃষ্টিৰাজিক বিকৃত কৰিলে সকলোৰে পৰিচিত মোহনে। বিকৃত ৰূপত উপস্থাপন কৰিলে ভাওনাক।

মোহন ওপফে দ্বীপজ্যোতি কেওটৰ এনে কাণ্ডক লৈ তীব্ৰ প্ৰতিক্ৰিয়া ৰাজ্যজুৰি। সকলোৱে ধিক্কাৰ দিছে শিল্পীজনক।

Category
Profile picture for user UB Photos