Save Bharalu mission: ভৰলুক পুনৰ জীৱিত কৰাৰ চিন্তা চৰ্চা

Save Bharalu mission

Save Bharalu missionৰ সংবাদমেল।

ভৰলুক পুনৰ জীৱিত কৰাৰ চিন্তা চৰ্চা

আৱৰ্জনা মুক্ত কৰিবৰ বাবে ভৰলুত জাৱৰ নেপেলাবলৈ ৰাইজক আহ্বান

ভৰলুৰ সন্দৰ্ভত সজাগতাৰ উদ্দেশ্যে স্কুলীয়া ছাত্ৰ- ছাত্ৰীৰ মাজত ৰচনা প্ৰতিযোগিতাৰ আয়োজন।

Save Bharalu Mission

২৬ তাৰিখে বিশ্ব নদী দিৱস উপলক্ষে চাইকেল ৰেলীৰ আয়োজন।

৩৩০ টা নলাৰ আৱৰ্জনা পৰে  ভৰলুত।

মাছ-কাছ থাকিবলৈ ৩ মিলিগ্ৰাম প্ৰতিলিটাৰ BOD থাকিব লাগে কিন্তু তথ্য অনুসৰি ভৰলুত ৫২ মিলিগ্ৰাম আছে।

বাহিনী আৰু ভৰলুক বোৱতী কৰি ৰাখিবলৈ চৰকাৰক আহ্বান।

ভৰলুৰ সজাগতাৰ সন্দৰ্ভত এখন পোষ্টাৰ মুকলি।

Category
Profile picture for user UB Photos