মেট গেলা-২০২১লৈ সম্পূৰ্ণ ক’লা কাপোৰ পৰিধান কৰি অহা কোন এইগৰাকী চেলিব্ৰেটী?

Gala Met 2021,

আৰম্ভ হ’ল ২০২১ বৰ্ষৰ ফেশ্বনৰ সৰ্ববৃহৎ নিশা মেট গেলা(Met Gala)। হলিউডৰ চেলিব্ৰেটীসকলে অভূতপূৰ্ব ডিজাইনাৰ ড্ৰেছ পৰিধান কৰি মেট গেলালৈ অহা পৰলক্ষিত হৈছে।

সকলো চেলিব্ৰেটীয়ে সুন্দৰ সুন্দৰ পোছাক পৰিধান কৰি আহিছে মেট গেলালৈ। হলিউডৰ জনপ্ৰিয় চেলিব্ৰেটী কিম কাৰদাচিয়ানক এইবাৰ এক অন্য ৰূপত দেখা গ’ল মেট গেলাৰ অনুষ্ঠানত। এযোৰ ক’লা পোছাক পিন্ধি মেট গেলালৈ অহা দেখা গ’ল কিম কাৰদাচিয়ানক।

এইবাৰৰ মেট গেলাৰ বিষয়বস্তু-“In America: Lexicon of Fashion”। এই ফেশ্বন অনুষ্ঠানলৈ সম্পূৰ্ণ শৰীৰ-মুখ ক’লা কাপোৰেৰে আবৃত্ত কৰি অহা চেলিব্ৰেটীগৰাকীক প্ৰথমতে সকলোৱে চিনাক্ত কৰাত অসুবিধা হৈছিল যদিও পৰৱৰ্তী সময়ত মডেল কেনদাল জেনাৰে এটা হিন্ট দিয়াতহে সকলোৱে ধৰিব পাৰে চেলিব্ৰেটী কাৰদিয়াচনক। কাৰদচিয়ানৰ পোছাকযোৰ ডিজাইন কৰিছে তেখেতৰ পূৰ্বৰ স্বামী কেনয়ে ৱেষ্টে।kim kardashian met gala

Category
Profile picture for user UB Photos