সমগ্ৰ ৰাজ্যৰ লগতে ডবকাতো NSUI ৰ প্ৰতিবাদ

সমগ্ৰ ৰাজ্যৰ লগতে ডবকাতো NSUI ৰ প্ৰতিবাদ

#news_time_assam #Assam #Guwahati #Thief 

সমগ্ৰ ৰাজ্যৰ লগতে ডবকাতো NSUI ৰ প্ৰতিবাদ।

পেট্ৰল, ডিজেলৰ মূল্য ৰোধৰ দাবীত ডবকাত NSUI য়ে সাৱস্ত্য কৰে প্ৰতিবাদ।

ডবকাৰ ইণ্ডিয়ান অইলৰ চৌহদত NSUI সাৱস্ত কৰে এই বৃহৎ প্ৰতিবাদ।

প্ৰতিবাদ জৰিয়তে চৰকাৰৰ বিৰুদ্ধে বিভিন্ন শ্ল’-গান NSUI ৰ।

পেট্ৰল, ডিজেলৰ মূল্য ৰোধ নকৰিলে অনাগত সময়ত ইয়াতকৈ ভয়াৱহ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰাৰ হুংকাৰ NSUI ৰ।

 

Category
Profile picture for user UB Photos