অপৰাধীৰ বিৰুদ্ধে মহানগৰ আৰক্ষীৰ মাৰাথন অভিযান অব্যাহত

অপৰাধীৰ বিৰুদ্ধে মহানগৰ আৰক্ষীৰ মাৰাথন অভিযান অব্যাহত

#news_time_assam #Assam #Guwahati #Thief 

মহানগৰত শেহতীয়াকৈ আৰক্ষীৰ অপৰাধীৰ বিৰুদ্ধে মাৰাথন অভিযান অব্যাহত থকাৰ মাজতে বৃহস্পতিবাৰে গড়চুক আৰক্ষীয়ে আটক কৰে গভাইত চোৰক৷

  গড়চুক থানাৰ অন্তৰ্গত পশ্চিম বৰা গাৱঁৰ সমীপৰ এক্সেল হাস্পাতালৰ সন্মুখত থকা ASO1-EN5108 নম্বৰৰ য়ামাহাখনৰ লক ভাঙি চুৰ কৰিবলৈ চেষ্টা কৰোতেই আৰক্ষীয়ে নুৰুল হাছান নামৰ গভাইত চুৰটোক আটক কৰিবলৈ সক্ষম হয়৷ পিছত চোৰটোৰ স্বীকাৰোক্তি ভিত্তিত অভিযান চলাই জালুকবাৰী সোমনাথ মন্দিৰৰ ওচৰৰ পৰা স্ক্ৰ ড্ৰাইভাৰ, প্লাচ, নকল আৰ চি, ডিএল সহ বহু পৰিমাণৰ আপত্তিজনক নথিপত্ৰ জব্দ কৰে৷

Category
Profile picture for user UB Photos