পশ্চিম কাৰ্বি আংলঙৰ খেৰণিত দুষ্প্ৰাপ্য লাজুকী বান্দৰ উদ্ধাৰ

পশ্চিম কাৰ্বি আংলঙৰ খেৰণিত দুষ্প্ৰাপ্য লাজুকী বান্দৰ উদ্ধাৰ

#news_time_assam #Slowloris #Assam #Rescue 

পশ্চিম কাৰ্বি আংলঙৰ খেৰণিত দুষ্প্ৰাপ্য লাজুকী বান্দৰ উদ্ধাৰ।  

 পুৱাই লাজুকী বন্দৰটো খেৰণি আৰক্ষী থানাৰ কৰ্তব্যৰত এজন ৫নং বেটমলিয়ানৰ জোৱানে উদ্ধাৰ কৰি নিজ চৰকাৰী গৃহত ৰাখে। আবেলি পৰত জোৱানজনে খেৰণিস্থিত বন বিভাগক চমজাই দিয়ে লাজুকী বন্দৰটো।

  কিছু আঘাতপ্ৰাপ্ত লাজুকী বান্দৰটোক সম্প্ৰতি বন বিভাগে নিজৰ পৰ্যবেক্ষনত ৰাখি চিকিৎসা ব্যৱস্থা কৰি আছে।

 কিছু সুস্থ হোৱাৰ পিচত পুনৰ লাজুকী বান্দৰটো ঘন অৰণ্যত এৰি দিব হব বুলি জানিবলৈ দিয়ে বন বিভাগে।  

 

Category
Profile picture for user UB Photos