গুৱাহাটীত চাঞ্চল্যকৰ ঘটনা! চিপ লৈ থকা অৱস্থাত উদ্ধাৰ কৰা হ'ল মৃতদেহ

Suicide

◼ গুৱাহাটীৰ চলাপাৰাত মৃতদেহ উদ্ধাৰ।

◼ পুৱতি নিশা বাথৰুমত প্ৰত্যক্ষ কৰে লোকজনৰ মৃতদেহ।

◼ চিপ লৈ থকা অৱস্থাত উদ্ধাৰ হয় মৃতদেহটো।

◼ মৃতলোক জনৰ নাম চানিচৰ ৰায়।

◼ বিগত ৭ বছৰে পল্টনবজাৰৰ চলাপাৰাত ভাৰাতীয়া ভাৱে বসবাস কৰিছিল লোকজনে।

◼ লোকজনৰ স্থায়ী ঘৰ বিহাৰত বুলি জানিব পৰা গৈছে।

Category
Profile picture for user UB Photos