ডিমা হাচাওৰ সকলো শিক্ষানুষ্ঠান বন্ধ ঘোষণা প্ৰশাসনৰ....

school

ডিমা হাচাওৰ সকলো শিক্ষানুষ্ঠান বন্ধ ঘোষণা প্ৰশাসনৰ। আজিৰে পৰা বলৱৎ হোৱাকৈ নিৰ্দেশনা জাৰি কৰিছে প্ৰশাসনে। ৪মে’ পৰ্যন্ত বন্ধ থাকিব শিক্ষানুষ্ঠানসমূহ।

প্ৰৱল বৃষ্টিপাতৰ বাবে এই নিৰ্দেশনা প্ৰশাসনৰ। দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষই জাৰি কৰিছে নিৰ্দেশনা। জাতিংগা-হাৰাংগাজাও পথতো যাতায়াতত নিষেধাজ্ঞা কৰিছে প্ৰশাসনে।

Category
Profile picture for user UB Photos